black hole (English) [ IPA: ˈblæk ˈhoʊl ASM: ব্লেক হ’ল]
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-07-10
    1. Astronomy(Abstract Noun) A celestial body with so high gravitational pull that even light cannot escape. Usually these bodies are formed by collapsing massive star মহাকাশত কোনো বৃহৎ নক্ষত্ৰৰ মৃত্যুৰ পাছত নক্ষত্ৰটোৱে প্ৰবল মহাকৰ্ষণৰ সৃষ্টি কৰি কৃষ্ণ গহ্বৰলৈ ৰূপান্তৰিত হয়| কৃষ্ণ গহ্বৰৰ মহাকৰ্ষণ ইমানেই বেছি যে ই আনকি পোহৰো গিলি পেলায়|